মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 06, 2024
5:47PM

আন্তঃৰাষ্ট্ৰীয় বক্সিঙত ভাৰতৰ বংশজে পুৰুষৰ ৬৩.৫ কিলোগ্রাম ওজন শাখাৰ প্ৰাৰম্ভিক পৰ্যায়ত ইৰানৰ আলী হবিবিনেজাদৰ বিৰুদ্ধে অৱতীৰ্ণ

File Photo
ভাৰতৰ বংশজে আজি বিয়লি বেলজিয়ামৰ ছোফিয়াত অনুষ্ঠিত ৭৫ সংখ্যক ষ্ট্রেণ্ডজা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাৰ পুৰুষৰ ৬৩.৫ কিলোগ্রাম ওজন শাখাৰ প্ৰাৰম্ভিক পৰ্যায়ত ইৰানৰ আলী হবিবিনেজাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পুৰুষৰ ছুপাৰ হেভিৱেট শাখাৰ দেশৰ আন এগৰাকী বক্সাৰ সাগৰ লিথুৱেনিয়াৰ জনাছ য়াজেভিছিয়াছৰ সন্মুখীন হ'ব। নিখাট জাৰিনে কালি মহিলাৰ লাইট ফ্লাইটে শাখাত মংগোলিয়াৰ য়েছুজেন অয়ুন্তছেটছেগক ৩-২ ফলাফলত পৰাস্ত কৰে। নিখাটে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ১৯ জনীয়া দলৰ নেতৃত্ব বহন কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1