মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:05PM

অৰুণাচল প্ৰদেশত ৰোজগাৰ মেলাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ নিযুক্তি পত্ৰ বিতৰণ

Tweeted By AIR
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণৰিজিজুৱে আজি অৰুণাচল প্ৰদেশৰ ইন্দো তিব্বতীয়ান সীমান্ত আৰক্ষী বাহিনীৰইটানগৰস্থিত উত্তৰ পূৱ সীমান্তৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণকৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ আৰু মন্ত্ৰালয়ে ২৩ গৰাকী নৱ নিযুক্তপ্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। শ্ৰীৰিজিজুৱে নৱ নিযুক্ত প্রার্থীসকলকঅভিনন্দন জনাই ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ অভিযানত অৰিহণা যোগাবলৈ আহ্বানজনায়

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1