মুখ্য বাতৰি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ শুভাৰম্ভ কৰিব বিকশিত ভাৰত ২০৪৭ৰ সন্দৰ্ভত দেশৰ যুৱ সমাজৰ মতামত অভিযান            প্রাক্তন কেন্দ্রীয় মন্ত্রী বিষ্ণু দেউ সাই ছত্তিশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী            মানৱ অধিকাৰৰ প্ৰসাৰ আৰু সৱলীকৰণৰ বাবে দেশত আন্তগাঁঠনিৰ ব্যাপক বিকাশ জৰুৰীঃ উপৰাষ্ট্ৰপতি ধনখড়            নতুন দিল্লীৰ ৰাজঘাটৰ সমীপত মহাত্মা গান্ধীৰ মূৰ্তি উন্মোচন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ            ৰাজ্যৰ ১৯খন জিলাত আজিৰ পৰা ১২ ডিচেম্বৰলৈকে পলিঅ' প্ৰতিষেধকৰ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান আৰম্ভ           

Nov 20, 2023
8:51PM

বিধানসভা নির্বাচন চলি থকা ৫খন ৰাজ্যত ১,৭৬০ কোটি টকাৰো অধিক নগদ টকা বাজেয়াপ্ত নির্বাচন আয়োগৰ

AIR Pics

নির্বাচন আয়োগে জনাইছে যে বিধানসভা নির্বাচন চলি থকা পাঁচোখন ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা ১,৭৬০ কোটি টকাৰো অধিক নগদ টকা বাজেয়াপ্ত কৰা হৈছে। ২০১৮ চনত মিজোৰাম, মধ্যপ্রদেশ, চত্তিশগড়, ৰাজস্থান আৰু তেলেংগানাত অনুষ্ঠিত বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বাজেয়াপ্ত হোৱা প্রায় ২১৫ কোটি টকাৰ তুলনাত এইবাৰৰ বাজেয়াপ্ত ধনৰাশি প্রায় ৭ গুণৰো অধিক। এইবাৰৰ ধনৰাশিৰ ভিতৰত তেলেংগানাত সর্বাধিক প্রায় ৬৫৯ কোটি টকা, ৰাজস্থান, ৬৫০ কোটি টকা, আৰু মধ্যপ্রদেশত ৩২৩ কোটি টকা বাজেয়াপ্ত কৰা হৈছে। উল্লেখযোগ্য যে, এইবাৰৰ বাজেয়াপ্ত হোবা বিপুল পৰিমাণৰ ধনৰাশিয়ে নির্বাচন আয়োগৰ মুক্ত, নিকা আৰু প্রৰোচনামুক্ত নির্বাচন অনুষ্ঠিত কৰাৰ দিশত গ্রহণ কৰা শক্তিশালী ব্যৱস্থাসমূহকে প্রতিপন্ন কৰে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1