মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Oct 07, 2023
7:14PM

আই চি চি ক্রিকেট বিশ্বকাপত বাংলাদেশৰ হাতত আফগানিস্তান ৬ উইকেট পৰাস্ত

@cricketworldcup
আই চি চি ক্রিকেট বিশ্বকাপত আজি ধৰ্মশালাত অনুষ্ঠিত এখন খেলত বাংলাদেশে আফগানিস্তানক ৬ উইকেট পৰাস্ত কৰে। ১৫৭ ৰানৰ লক্ষ্যৰে খেলি বাংলাদেশে ৩৪.৪ অভাৰত ৪টা উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ মেহেদি হাছান মিৰাজ আৰু নাজমুল হুছেইন সান্তুৱে অৰ্ধ শতক অৰ্জন কৰে।
        দ্বিতীয়খন খেল নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বৰ্তমান ছাউথ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত চলি আছে। ছাউথ আফ্ৰিকাই টছত জিকি প্রথমে বেটিং কৰি বাতৰি অহাৰ পৰলৈকে ৪৬ দশমিক ৪ অভাৰত ৪টা উইকেটৰ বিনিময়ত ৩৮১ ৰান কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1