মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Aug 17, 2023
6:27PM

তাজমহলত আই চি চি পুৰুষ ক্রিকেট বিশ্বকাপৰ ট্ৰফী প্ৰদৰ্শন

AIR
বহু প্রত্যাশিত আই চি চি পুৰুষ ক্রিকেট বিশ্বকাপৰ বাবে মাত্র ৫০ দিন বাকী থকা অৱস্থাত কালি আগ্রাৰ তাজমহলত প্ৰতিযোগিতাখনৰ ট্ৰফী প্ৰদৰ্শন কৰা হয়। ভাৰতত ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈকে হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে এই ট্ৰফী চূড়ান্ত পুৰস্কাৰ হিচাপে পৰিগণিত হ'ব। 
প্ৰতিযোগিতাৰ প্ৰথমখন খেল ৫ অক্টোবৰত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলোৱা হ'ব। ভাৰতে প্ৰথমখন খেল ৮ অক্টোবৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1