মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Dec 05, 2022
5:34PM

দৃষ্টিহীনৰ বাবে আয়োজিত তৃতীয় টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান

AIR
দৃষ্টিহীন সকলৰ বাবে আয়োজিত তৃতীয় টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি বিয়লি গুৰুগ্ৰামৰ তাওদেবী ইনদৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া, বাংলাদেশ, নেপাল, পাকিস্তান, দক্ষিণ কোৰিয়া শ্ৰীলংকা আৰু আয়োজক দেশ ভাৰতে ভাগ লব। প্ৰতিযোগিতাখনত মুঠ ১৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাৰ মুঠ ২৪ খন খেল দেশৰ ৯ খন বিভিন্ন মহানগৰত অনুষ্ঠিত হ’ব।
কাইলৈ প্ৰতিযোগিতাৰ প্ৰথম দিনটোত তিনিখন খেল অনুষ্ঠিত হ’ব। ভাৰতে নেপালৰ বিৰুদ্ধে পুৱা ৯-৩০ বজাত নতুন দিল্লীৰ ছাকেট খেল পথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব।
বিশ্ব  দিব্যাংগ দিৱস উদযাপনৰ অংশ হিচাপে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পূৰ্বৰ ভাৰতীয় বেটছমেন যুবৰাজ সিং এই প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বেছেডৰ।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1