মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 13, 2022
6:27PM

মেলবৰ্ণত অনুষ্ঠিত টি-টুৱেণ্টি বিশ্বকাপত ইংলেণ্ডৰ ঐতিহাসিক জয়

ICC
ইংলেণ্ড আজি অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টি বিশ্বকাপ প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। খেলখনৰ টছত জিকি ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে প্ৰথমে বেট ধৰি ইংলেণ্ডক জয়ৰ বাবে ১৩৮ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ইংলেণ্ডে ১৯ অভাৰত ৫ টা উইকেট বাকী থকা অৱস্থাত নিদ্ধাৰিত লক্ষ্যত উপনীত হয়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1