মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Mar 02, 2022
5:55PM

আই চি চিৰ দ্বাদশ মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পূৰ্ণ

AIR
নিউজিলেণ্ডত ৪ মাৰ্চত হ’বলগীয়া আই চি চিৰ দ্বাদশ মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আয়োজক নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টাওৰাংগাৰ বে’ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। দ্বীপ ৰাষ্ট্ৰখনৰ ৬ খন নগৰত হ’বলগীয়া প্ৰতিযোগিতাৰ ৩১ খন নিৰ্ধাৰিত খেলত আঠখন দেশে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰী দেশসমূহ হ’ল- অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্টইণ্ডিজ। লীগ পদ্ধতিত আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আঠোটা দলেই এবাৰকৈ পৰস্পৰৰ মুখামুখি হ’ব আৰু এই পদ্ধতিৰ জৰিয়তে শীৰ্ষ স্থান লাভ কৰা চাৰি দলে প্ৰতিযোগিতাৰ ছেমি ফাইনেল পৰ্যায়ত স্থান লাভ কৰিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1