মুখ্য বাতৰি
প্ৰথমবাৰৰ বাবে ভোটাধিকাৰপ্ৰাপ্ত ভোটদাতাসকলক আসন্ন লোকসভা নিৰ্বাচনত ভোটদানেৰে অভিলেখ গঢি়বলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান            প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে গুজৰাটৰ ওখা মেইন লেণ্ড আৰু বেইট দ্বাৰকা দ্বীপ সংযোগী দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ সুদৰ্শন সেতু            মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ            গাওঁ বা আবাসৰ সমীপলৈ বন্য জীৱ-জন্তু আহিলে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত মোবাইলত সতর্কতা বার্তা লাভৰ ব্যৱস্থাক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা            আসন্ন লোকসভা নিৰ্বাচনৰ বাবে মন কী বাত অনুষ্ঠান পৰৱৰ্তী তিনি মাহ প্ৰচাৰিত নহব           

Feb 04, 2022
5:22PM

১৯ বছৰ অনুৰ্ধৰ আই চি চি বিশ্বকাপ ক্ৰিকেটঃ কাইলৈ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব ভাৰত

AIR
ভাৰত কাইলৈ ১৯ বছৰ অনুৰ্ধৰ আই চি চি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব। দলটোৱে যোৱা বুধবাৰে এণ্টিগুৱাত অনুষ্ঠিত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ৯৬ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ৮ বাৰকৈ ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ ভাৰতে এইবাৰকে ধৰি একেৰাহে চতুৰ্থবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইপিনে, ইংলেণ্ডে ছেমি ফাইনেলত আফগানিস্তানক পৰাভূত কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1