মুখ্য বাতৰি
অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত ৰাজ্যজুৰি শ্বহীদ দিৱস পালন            জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী           

আঞ্চলিক বাতৰি

 

ধেমাজিত অনুষ্ঠিত সদৌ অসম একাংক নাট প্রতিযোগিতাৰ সামৰণি

ধেমাজিত অনুষ্ঠিত সদৌ অসম একাংক নাট প্রতিযোগিতাৰ সামৰণি
ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত পদ্মনাথ গোহাঁঞি বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্রতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে সাংস্কৃতিক কর্মী তথা বিশিষ্ট নাট্য কর্মী ড° পুষ্প গগৈক পদ্মনাথ গোহাঁই বৰুৱা নাট্য বঁটা প্ৰদান কৰে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই নাট প্ৰতিযোগিতা উপলক্ষে

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ কাৰ্যসূচীত ৰাজ্যৰ জিলাসমূহত বিভিন্ন অনুষ্ঠান

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ কাৰ্যসূচীত ৰাজ্যৰ জিলাসমূহত বিভিন্ন অনুষ্ঠান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত-বিনিময় কৰে। সমগ্ৰ দেশৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰী, ২০০০ৰো অধিক বিকশিত ভাৰত সংকল্প যাত্রা বাহন, সহস্রাধিক কৃষি বিজ্ঞানকেন্দ্ৰ আৰু উমৈহতীয়া সেৱাকেন্দ্ৰই ভার্চুৱে

কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্ত মীনাৰ্ভা দেৱী সিঙলৈ বিশেষ তদন্তকাৰী গোটৰ জাননী জাৰি

কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্ত মীনাৰ্ভা দেৱী সিঙলৈ বিশেষ তদন্তকাৰী গোটৰ জাননী জাৰি
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসাধু উপায় অৱলম্বন কৰি উত্তীৰ্ণ হোৱাৰ অভিযোগত বিশেষ তদন্তকাৰী গোটে কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্ত মীনাৰ্ভা দেৱী সিঙলৈ হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছে। অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্রক নন্দ বাবু সিঙৰ জিয়ৰী মীনাৰ্ভা সিঙক অহা ১১ ডিচেম্বৰত অসম আৰক্ষীৰ অপৰাধ অনুস

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়া মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়া মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাৰ মুকলি
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়া মুকলি কৰে। আবেদন দাখিল প্ৰক্ৰিয়া মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যখনত যুৱ উদ্যোগী গঢ়ি তোলাৰ বাবে এই আঁচনি যুগুত কৰা হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে ২ লাখ আগ্রহী যুৱক

ৰাষ্ট্ৰীয় সংবাদ/বাতৰি

 

বিশ্বৰ ৫০ শতাংশ ডিজীটীয় লেনদেন ভাৰতৰ পৰাই হয়ঃ ৰাজ্যমন্ত্ৰী ড০ ভি কে সিঙ

বিশ্বৰ ৫০ শতাংশ ডিজীটীয় লেনদেন ভাৰতৰ পৰাই হয়ঃ ৰাজ্যমন্ত্ৰী ড০ ভি কে সিঙ
পথ, পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ ভি কে সিঙে কৈছে যে বিশ্বৰ ৫০ শতাংশ ডিজীটীয় লেনদেন ভাৰতৰ পৰাই হয়। নতুন দিল্লীত কালি এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ৯ বছৰত ডিজীটীয় প্ৰণালীৰ আমূল পৰিবৰ্তন হৈছে। তেওঁ কয় যে দেশত ডিজীটীয় ধনাদায় ব্যৱস্থাৰে হোৱা লেনদেন এহেজাৰ শতাংশৰো

অহা বছৰৰ মাৰ্চ পর্যন্ত পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ

অহা বছৰৰ মাৰ্চ পর্যন্ত পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ
কেন্দ্ৰীয় চৰকাৰে অহা বছৰৰ মাৰ্চ পর্যন্ত পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ কৰিছে। ঘৰুৱা বজাৰত পিঁয়াজৰ পর্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ লগতে মূল্য নিয়ন্ত্ৰণ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। বিদেশ বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা কালিৰে পৰা কাৰ্যকৰী হৈছে। সেই অনুসৰি যদিহে

প্রধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যম আনুষ্ঠানিকৰণ আঁচনিত ২০২৪-২৫ বিত্তীয় বৰ্ষত ১০ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য

প্রধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যম আনুষ্ঠানিকৰণ আঁচনিত ২০২৪-২৫ বিত্তীয় বৰ্ষত ১০ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য
কেন্দ্ৰীয় চৰকাৰে কৈছে যে প্রধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যম আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত দেশৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপনৰ বাবে বিত্তীয়, কাৰিকৰী আৰু ব্যৱসায়িক সাহায্য প্ৰদান কৰা হৈছে। ২লাখ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগক সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ১০ হাজাৰ কোটি টকা ব্যয়েৰে ২০২৪

অৰ্থনীতিৰ অপৰম্পৰাগত খণ্ডত মহিলাসকলৰ সুযোগ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া উচিতঃ স্মৃতি ইৰাণী

অৰ্থনীতিৰ অপৰম্পৰাগত খণ্ডত মহিলাসকলৰ সুযোগ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া উচিতঃ স্মৃতি ইৰাণী
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে অৰ্থনীতিৰ অপৰম্পৰাগত খণ্ডত মহিলাসকলৰ সুযোগ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালি অনুষ্ঠিত চি আই আই গ্ল’বেল ইকনমিক পলিচি ফ'ৰামৰ এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলক উদ্যোগী হ'বলৈ উৎসাহিত কৰা উচিত।

অন্যান্য বা-বাতৰি

 

নতুন দিল্লীত খেলো ইণ্ডিয়া পেৰা গেমছত অসমৰ ৫ জনীয়া দল

নতুন দিল্লীত খেলো ইণ্ডিয়া পেৰা গেমছত অসমৰ ৫ জনীয়া দল
নতুন দিল্লীত কাইলৈৰ পৰা ১৭ ডিচেম্বৰলৈ হ'বলগীয়া খেলো ইণ্ডিয়া পেৰা গেমছত অসমৰ ৫ জনীয়া দল এটাই অংশগ্ৰহণ কৰিব। সাতবিধ খেলৰ বাবে হ'বলগীয়া এই প্ৰতিযোগিতাৰ সম্পৰ্কে কালি ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি খেলো ইণ্ডিয়া পেৰা গেমছত অংশগ্ৰহণ কৰা এথলিটসকলে সৰ্বাত্মক চিকিৎসা বী

ভাৰত মালয়েছিয়াত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰত মালয়েছিয়াত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
ভাৰতে আজি মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্য্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাক ১০-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ আদিত্য লালাগে, ৰোহিত আৰু অমনদীপ লাক্রাই দুটাকৈ গ'ল দিয়ে। আদিত্য লালাগেক তেওঁৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মেন অৱ দ্যা মেচ

স্পেইনৰ ভেলেঞ্চিয়াত অনুষ্ঠিত হ'বলগীয়া ৫ দেশীয় হকী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা

স্পেইনৰ ভেলেঞ্চিয়াত অনুষ্ঠিত হ'বলগীয়া ৫ দেশীয় হকী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা
হকী ইণ্ডিয়াই আজি ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ স্পেইনৰ ভেলেঞ্চিয়াত অনুষ্ঠিত হ'বলগীয়া ৫ দেশীয় হকী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় মহিলা দলটো ঘোষণা কৰিছে।

পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাত স্পেইনৰ হাতত ভাৰত ১-৪ গ'লত পৰাজিত

পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাত স্পেইনৰ হাতত ভাৰত ১-৪ গ'লত পৰাজিত
ভাৰত কালি মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ পুল চিৰ নিজৰ দ্বিতীয়খন খেলত স্পেইনৰ হাতত ১-৪ গ'লত পৰাজিত হয়।

আজিৰে পৰা এফ আই ভি বি পুৰুষৰ ভলীবল ক্লাব বিশ্ব চেম্পিয়নশ্বিপ-২০২৩

আজিৰে পৰা এফ আই ভি বি পুৰুষৰ ভলীবল ক্লাব বিশ্ব চেম্পিয়নশ্বিপ-২০২৩
গ্রুপ পৰ্যায়ৰ শীৰ্ষ দুটা দলে ৯ ডিচেম্বৰত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব আৰু ১০ ডিচেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ'ব।

আর্মেনিয়াত অনুষ্ঠিত আই বি এ জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ অন্তিম দিনা ভাৰতৰ ৩টা সোণ, ৫টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক দখল

আর্মেনিয়াত অনুষ্ঠিত আই বি এ জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ অন্তিম দিনা ভাৰতৰ ৩টা সোণ, ৫টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক দখল
ভাৰতে আর্মেনিয়াৰ য়েৰেভানত অনুষ্ঠিত চলিত বৰ্ষৰ আই বি এ জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ অন্তিম দিনা কালি ৩টা সোণৰ, ৫টা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক দখল কৰে।

বাতৰি শুনক

  • Assamese-Assamese-1340-1350-Dec 10, 2023
  • Assamese-Assamese-0705-0715-Dec 10, 2023
  • Assamese-Assamese-1905-1915-Dec 09, 2023
  • Dibrugarh-Assamese-1800-Dec 10, 2023
  • Guwahati-Assamese-1715-Dec 10, 2023
  • Guwahati-Assamese-0850-Dec 10, 2023
  • Guwahati-Assamese-1845-Dec 09, 2023
  • Morning News 10 (Dec)
  • Midday News 10 (Dec)
  • News at Nine 9 (Dec)
  • Hourly 10 (Dec) (1900hrs)
  • समाचार प्रभात 10 (Dec)
  • दोपहर समाचार 10 (Dec)
  • समाचार संध्या 9 (Dec)
  • प्रति घंटा समाचार 10 (Dec) (1905hrs)
  • Khabarnama (Mor) 10 (Dec)
  • Khabrein(Day) 10 (Dec)
  • Khabrein(Eve) 9 (Dec)
  • Aaj Savere 10 (Dec)
  • Parikrama 10 (Dec)

  লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1

ফে’চবুক আপডেট