যোৱা বছৰৰ ৩ অক্টোবৰত পি এম ইণ্টাৰ্ণশ্বিপ আঁচনি মুকলি হোৱাৰ পাছত এতিয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৬ লাখতকৈ অধিক লোকে আবেদন জনোৱা বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। লোকসভাত এটা লিখিত উত্তৰত কো অপাৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মলহোত্রাই কয়, যে ১ লাখ ২৭ হাজাৰ লোকক ইতিমধ্যে এই আঁচনিৰ লাভালাভ প্ৰদান কৰা হৈছে ।
Site Admin | February 3, 2025 8:25 PM | PM Internship Scheme
পি এম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত এতিয়ালৈ দেশত ৬ লাখতকৈ অধিক লোকৰ আবেদন
