ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হবলগীয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব|
Site Admin | March 31, 2025 11:17 AM | Prez Maharastra Visit
দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি সন্ধিয়া মুম্বাইলৈ যাত্ৰা
