ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ

→ ভাৰতৰ চাৰিগৰাকীকৈ খেলুৱৈয়ে ক্ৰ’ৱেছিয়াত অনুষ্ঠিত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত কালি জি সাতিয়ানে জাৰ্মানীৰ ফেলিক্স ৱেটজেলক ৩-১ ফলাফলত পৰাজিত কৰাৰ বিপৰীতে স্নেহিড সূৰৱাজ্জুলাই কাজাখস্তানৰ সাঝাৰ যুবান’ভক ৩-০ আৰু হৰমিত দেশায়ে দক্ষিণ কোৰিয়াৰ চো কীজঙক ৩-১ ফলাফলত পৰাভূত কৰে। একেদৰে মহিলাৰ ছিংগলছত ভাৰতৰ যশস্বিনী ঘোৰপড়েই … Continue reading ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ