জার্মানীত অনুষ্ঠিত হোৱা WTT ফীডাৰ Düsseldorf টেবুল টেনিছ প্রতিযোগিতাৰ এখন খেলত ভাৰতৰ যশস্বিনী ঘোৰপাড দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। যশস্বিনী ঘোৰপাড়ে মহিলাৰ একক শাখাত তালি দক্ষিণ কোৰিয়াৰ জি ইউনচেক ৩-২ ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে এতিয়া পৰৱৰ্তী ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ আন এগৰাকী খেলুৱৈ কিম হায়ঙৰ বিৰুদ্ধে খেলিব।
Site Admin | April 11, 2024 6:44 PM | Table Tennis
WTT ফীডাৰ Düsseldorf টেবুল টেনিছ প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ যশস্বিনী ঘোৰপাড
