ডাউনলোড
মোবাইল এপ

android apple
signal

February 19, 2025 8:19 PM | WPL

printer

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত দেলহী কেপিটেলছ – ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি দেলহী কেপিটেলছ – ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বডোডৰাৰ কোটাম্বি ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব।

উল্লেখযোগ্য যে মহিলা প্রিমিয়াৰ লীগৰ এইবাৰৰ সংস্কৰণত অসমৰ উমা চেত্ৰীয়ে ইউ পি ৱাৰিয়ৰ্ছ আৰু জিণ্টিমণি কলিতাই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে। যোৱা ১৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা মহিলা প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলখন অহা ১৫ মাৰ্চত মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলোৱা হ’ব।

অধিক পঢ়ক

সকলো চাওক