আজি বিশ্ব Arthritis বা বাত বিষ দিৱস

আজি বিশ্ব Arthritis বা বাত বিষ দিৱস। বাতবিষজনিত পেশী- কংকালৰ সমস্যা আৰু ইয়াৰ প্ৰতিৰোধ সম্পর্কে সজাগতা সৃষ্টি কৰাই হৈছে এই দিৱস পালনৰ মূল উদ্দশ্যে। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে— Informed Choices, Better Outcomes

আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত এইমছৰ বাত বিষ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ উমা কুমাৰে বাত বিষ উপযুক্ত চিকিৎসাৰ বাবে চিনাক্তকৰণৰ গুৰুত্ব প্ৰদান কৰিছে। সামাজিক মাধ্যমত লাভ কৰা তথ্যৰ জৰিয়তে চিকিৎসা নকৰিবলৈও তেওঁ আহ্বান জনায়। ধূপপান, মেদবহুলতাৰ লগতে চিকিৎসাৰ একাধিক বিকল্পৰ দৰে বিপদজ্জনক কাৰকসমূহৰ ওপৰতো ডাঃ কুমাৰে আলোকপাত কৰে।

অধিক পঢ়ক

সকলো চাওক