মহিলাৰ এছিয়া কাপ টি২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত ভাৰত আজি বাংলাদেশৰ মুখামুখি হ’ব। শ্ৰীলংকাৰ ৰানগিৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাত আৰম্ভ হব। প্ৰতিযোগিতাত বৰ্তমানলৈ অপৰাজেয় ভাৰত গ্ৰুপ এৰ শীৰ্ষত থকাৰ বিপৰীতে বাংলাদেশ গ্ৰুপ বিৰ দ্বিতীয় পৰ্যায়ত থাকে।
Site Admin | July 26, 2024 12:06 PM | Women’s Asia Cup T20 Cricket India to take on Bangladesh in semi-finals
মহিলাৰ এছিয়া কাপ টি২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত আজি ভাৰত-বাংলাদেশৰ মেচ
