ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 11:59 AM | MEA- Women peacekeaper

printer

গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন আজি নতুন দিল্লীত আৰম্ভ

শান্তি ৰক্ষাত মহিলাঃ গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। গ্লোৱেল ছাউথৰ দেশসমূহৰ ৩৫টা বাহিনীৰ মহিলা শান্তি ৰক্ষকে এই কাৰ্য্যসূচীত অংশগ্রহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে এই সন্মিলনত মুখ্য ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক