উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ৭বাৰৰ বিজয়ী ন’ভাক জক’ভিচে কাইলৈ যোৱাবাৰৰ বিজয়ী কাৰ্লোছ অল্কাৰজৰ বিৰুদ্ধে খেলিব। ছাৰ্বিয়াৰ জক’ভিচে ২৫সংখ্যক বাছনিৰ ইটালীৰ ল’ৰেঞ্জ মুছেট্টিক ছেমিফাইনেলত যোৱা নিশা ৬-৪, ৭-৬, ৬-৪ ছেটত পৰাজিত কৰে। আনহাতে স্পেইনৰ অলকাৰজে ৰাছিয়াৰ ডেনিল মেডভেদেভক ৬-৭, ৬-৩, ৬-৪, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।
Site Admin | July 13, 2024 6:59 PM | wimblendon tennis
উইম্বলডন টেনিছ প্ৰতিযোগিতাত কাইলৈ পুৰুষৰ ছিংগলছৰ ফাইনেলত ন’ভাক জক’ভিচ-কাৰ্লোছ অল্কাৰজ
