উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন

● উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজে চাৰ্বিয়াৰ ন’ভাক জ’ক’ভিচক ৬-২, ৬-২, ৭-৬ ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে।

উইম্বলডলনৰ ফাইনেলত অকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জ’ক’ভিচে এই প্ৰতিযোগিতাত ৭ বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল।
ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ হাছিছ ছু ৱেইৰ যুটীটোৱে মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জান্বেজ আৰু গুলীয়ানা আন্মোছৰ যুটীটোক ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি খিতাপ অর্জন কৰে।

অধিক পঢ়ক

সকলো চাওক