লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’বঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’ব বুলি আস্থা প্ৰকাশ কৰিছে। Image

ImageImageআজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতাগৰাকীয়ে কয় যে, দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত স্বজনতোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত প্ৰত্যাখ্যান কৰিব আৰু সৱলীকৰণ, উন্নয়ন তথা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ অৱধাৰণাৰ সমৰ্থন কৰিব। শ্ৰী নাড্ডাই বিজেপি আৰু এন ডি এ মিত্ৰজোঁটৰ কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নির্বাচন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগকো ধন্যবাদ জনায়।

অধিক পঢ়ক

সকলো চাওক