আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়- ২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ’ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্র সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।
Site Admin | April 6, 2024 12:26 PM | Weather
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান
