নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সংসদ ভৱনত কালি ভাগৱত গীতা সন্দৰ্ভত ড০ সুভাষ কাশ্যপৰ ব্যাখ্যাত্মক ধাৰা বিৱৰণী উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পৱিত্র গ্রন্থ গীতাই আধ্যাত্মিকতা, ধার্মিকতা আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ পথ দেখুৱাই আহিছে।

অধিক পঢ়ক

সকলো চাওক