ডাউনলোড
মোবাইল এপ

android apple
signal

July 2, 2024 12:53 PM | UPSC

printer

UPSC-ৰ চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগ- UPSC-এ চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফল ঘোষণা কৰিছে। যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে মূল পৰ্যায়ত বহাৰ পূৰ্বে DAF-1 প্ৰ- পত্ৰ পূৰণ কৰিব লাগিব বুলি আয়োগে প্ৰকাশ কৰিছে। এই প্ৰ-পত্ৰ পূৰণৰ বাবে তাৰিখ আৰু প্ৰয়োজনীয় নিৰ্দেশনা আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক