ডাউনলোড
মোবাইল এপ

android apple
signal

হুৰিয়তৰ অনুমোদনপ্রাপ্ত দুটা বিচ্ছিন্নতাবাদী গোট মূলসুঁতিলৈ ঘূৰি আহিছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি হুৰিয়তৰ অনুমোদনপ্রাপ্ত দুটা বিচ্ছিন্নতাবাদী গোট মূল সুঁতিলৈ ঘূৰি আহিছে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপনেৰে তেওঁ কয়, যে তেহৰিকী ইস্তেকলাল আৰু তেহৰিক-ই-ইস্তিকামত নামৰ দুটা বিচ্ছিন্নতাবাদী গোটে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিকশিত ভাৰতৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিছে। গৃহ মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত জানিবলৈ দিছে যে, বিচ্ছিন্নতাবাদীসকলে তেওঁলোকৰ কুটাঘাতমূলক কাম-কাজৰ পৰা আঁতৰি আহিছে আৰু ইয়াৰ ফলত জম্মু-কাশ্মীৰত একতা প্ৰতিধ্বনিত হৈছে।

অধিক পঢ়ক

সকলো চাওক