ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ভিয়েনা অ’পেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছৰ ৰবিন হাছে আৰু জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰ্ভেৰ যুটীটো ২-৬, ৭-৫, ১০–৫ ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটীটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ নীল স্কুপস্কী আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছৰ সন্মুখীন হ’ব।
Site Admin | October 23, 2024 11:40 AM | Tennis
ভিয়েনা অ’পেন টেনিছ প্রতিযোগিতাত ৰোহন বোপন্না আৰু মেথিউ এবডেন কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ
