ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 8:06 PM | Tamulpur

printer

শংকৰ ভাই চৌধুৰীৰ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন

গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰীয়ে আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ দ্ৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীৰ লগতে ভালেমান ব্যক্তি উপস্থিত থাকে। তেওঁ জিলাখনৰ বগাজুলিত উপস্থিত হোৱাৰ সময়ত বড়ো জনগোষ্ঠীৰ বৈচাগু নৃত্যৰে আদৰণি জনোৱাৰ লগতে পৰম্পৰাগত বিভিন্ন খাদ্য-সামগ্ৰীৰে আপ্যায়ণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক