February 17, 2025 12:38 PM
মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিয়োগিতাত আজি ডেলহী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মেচ
মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিয়োগিতাৰ আজি বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত ডেলহী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। একেখন ষ্টেডিয়...