October 15, 2024 11:02 AM
বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি চৰকাৰৰ মাহজোৰা কাৰ্যসূচী, হেল্পলাইন নম্বৰ মুকলি
ৰাজ্য চৰকাৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহজোৰা কাৰ্যসূচী পালন কৰিছে। ৰাজ্য চৰকাৰে মানসি...