March 27, 2025 8:23 PM
বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব নাট্য দিৱস পালন
আজি বিশ্ব নাট্য দিৱস। ১৯৬১ চনত আজিৰ দিনটোৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাট্য প্রতিষ্ঠানে ইউনেস্কোৰ সহযোগত নাট্যকলা আৰু সৃজনীশীলতাক উদযাপনৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল। বিশ্বৰ অন্য...