February 1, 2025 12:26 PM
নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা বিশ্ব গ্ৰন্থমেলা
নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা বিশ্ব গ্ৰন্থমেলা। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে– আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ...