ডাউনলোড
মোবাইল এপ

android apple
signal

March 1, 2025 12:20 PM

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত ডেলহী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ডেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ডেলহী...