February 3, 2025 12:22 PM
ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানত জয় ভাৰতৰ
যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে পাঁচ...