ডাউনলোড
মোবাইল এপ

android apple
signal

February 12, 2025 5:05 PM

অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত ধাৰাষাৰ বৰষুণ ব...