April 10, 2025 6:44 PM
ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহা...