February 6, 2025 11:17 AM
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সমাপ্ত, ৬০.৪২ শতাংশ ভোটদান
৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূর্ণভাৱে সমাপ্ত হয়। ভোটদানৰ হাৰ প্রায় ৬০ দশমিক ৪-২ শতাংশ। উত্তৰ-পূব দিল্লীত সর্বাধিক ৬৬ দশমিক ২-৫ শতাংশ ভোটদানৰ...