April 20, 2025 11:15 AM
ব’হাগ বিহুৰ পৰম্পৰা হিচাপে নামনি অসমৰ বিভিন্ন ঠাইত পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন
ব'হাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে আজি নামনি অসমৰ কোনো কোনো ঠাইত বাঁহ গোঁসাই, পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীয়ে পৰহিৰে পৰা তি...