June 18, 2024 7:47 PM

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দক্ষিণ আফ্ৰিকাৰ নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। বিনোদ গনাত্ৰা এই সন্মান ল...