August 17, 2024 6:14 PM

পেৰিছৰ পৰা উভটিল ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট, বিমান বন্দৰত অনুৰাগীৰ আদৰণি

সদ্য সমাপ্ত পেৰিছ অলিম্পিকৰ ৫০ কিলোগ্রাম শাখাৰ মহিলাৰ মল্লযুঁজৰ স্বৰ্ণপদকৰ প্ৰতিদ্বন্দ্বিতাত দুখজনকভাৱে অযোগ্য ঘোষিত হ'বলগীয়া হোৱা পাছত ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট আজি পুৱা দিল্ল...

August 15, 2024 11:51 AM

ক্রীড়া চালিছী আদালতৰ মল্লযোদ্ধা ৱিনেশ ফোগটৰ আৱেদন খাৰিজৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাৰ অন্য আইনী বিকল্পৰ অন্বেষণ

ক্রীড়া চালিছী আদালতে পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুঁজত ৫০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক প্ৰদানৰ বাবে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগটে জনোৱা আৱেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই ...

August 12, 2024 6:06 PM

ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ পি টি ঊষাৰ

ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাই ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা ৱিন...

August 11, 2024 11:56 AM

ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগট আৱেদনৰ ওপৰত ১৩ আগষ্টত ক্রীড়া চালিছী আদালতৰ ৰায় দান

ক্রীড়া চালিছী আদালতে আগশাৰীৰ ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ ৰায় মঙলবাৰলৈ স্থগিত ৰাখিছে। নতুন সময়সীমা অনুসৰি আপোচ বিচাৰক ড০ এনাবেলে ...

August 7, 2024 8:03 PM

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্...

August 7, 2024 7:17 PM

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্...

August 7, 2024 5:43 PM

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্...

August 6, 2024 7:57 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ'কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময...