January 10, 2025 1:04 PM
ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আৰম্ভ
বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে কৈছে, যে যুৱক-যুৱতীসকলক বিকশিত ভাৰতৰ বাবে উদ্ভাৱণমূলক সমাধান আগবঢ়োৱাৰ অন...