March 31, 2025 9:25 PM
ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা
পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। দিল্লীত জামা...