April 22, 2025 8:05 PM
সংবিধানৰ বিষয়বস্তু নিৰ্ধাৰণৰ ক্ষেত্ৰত জন প্রতিনিধিসকল প্রকৃত হোতা : উপ-ৰাষ্ট্ৰপতি
সংবিধানৰ বিষয়বস্তু নিৰ্ধাৰণৰ ক্ষেত্ৰত জন প্রতিনিধিসকল প্রকৃত হোতা বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয...