July 21, 2024 6:50 PM

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত ভূমিস্খলনত ৩ জন তীর্থযাত্ৰীৰ প্ৰাণহানি

উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰা পথত চিৰোৱাছাৰ সমীপত আজি পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত ৩ জন তীর্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু অন্য ৩ জন আহত হৈছে। যাত্ৰীকেইগৰাকী গৌৰীকুণ্ডৰ ...