September 22, 2024 6:45 PM

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰ দেহাত জিলাৰ ৰাণিয়া উদ্যোগিক এলেকাৰ এটা ফেক্টৰিত কালি সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, বৈদ্য...