August 18, 2024 8:18 PM

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাত সংঘটিত দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু, ৩৭ গৰাকী লোক আহত

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাৰ ছালেমপুৰ আৰক্ষী চকীৰ সমীপত হোৱা এটা দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ গৰাকী লোক আহত হয়। আহত সকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হোৱাৰ বিপৰীতে গুৰুত...

August 4, 2024 6:04 PM

উত্তৰ প্ৰদেশৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত

উত্তৰ প্ৰদেশৰ এটোৱা জিলাৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন গুৰুতৰভাৱে আহত হয়। এটোৱা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আকাশবাণীক জনোৱা মতে, ...