June 15, 2024 1:52 PM
দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৫ হাজাৰ ৫৮১ কোটি ৭০ লাখ ডলাৰৰ সৰ্বকালৰ সৰ্বোচ্চ পর্যায়লৈ বৃদ্ধি
৭ জুনত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৪৩০ কোটি ৭০ লাখ ডলাৰ বৃদ্ধি পাই ৬৫ হাজাৰ ৫৮১ কোটি ৭০ লাখ ডলাৰৰ সৰ্বকালৰ সৰ্বোচ্চ পর্যায় পাইছেগৈ। ইয়াৰ পূৰ্বে য...