August 18, 2024 6:50 PM

কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভলৈ আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন

আজি আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন গাজাত যুদ্ধ বিৰতিৰ পৰিপ্ৰেক্ষিতত ৱাছিংটনৰ কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভত উপস্থিত হব। যোৱা বছৰ অক্টোবৰ মাহত হামাছৰ সন্ত্ৰাসবাদীয়ে ...