June 1, 2024 2:53 PM

গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ ৰাষ্ট্ৰপতি  বাইডেনৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ জনাইছে। ৩টা অংশবিশিষ্ট এই প্ৰস্তাৱ ৬ সপ্তাহৰ যুদ্ধ বিৰতিৰে ...