April 1, 2025 6:47 PM
বাক্সাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে। জিলাখনৰ নাওশালী, ভেবলা কেওঁটচ...