October 14, 2024 6:16 PM

ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ৪ দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ ৰাওনা সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদী

সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীয়ে ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ জাপানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ক...